দশম শ্ৰেণীৰ: বাস্তৱ সংখ্যাৰ গুৰুত্বপূৰ্ণ MCQs

1.দুটা সংখ্যা 70 আৰু 40 ৰ (গ.সা.উ × ল.সা.গু) হ’ব

(A) 10

(B) 70

(C) 280

(D) 2800

Ans: (D) 2800

2. উক্তি (A): দুটা সংখ্যাৰ গ.সা.উ 16 আৰু সিহঁতৰ পূৰণফল 3072। তেন্তে সিহঁতৰ ল.সা.গু = 129

যুক্তি (R): যদি a আৰু b দুটা ধনাত্মক অখণ্ড সংখ্যা হয়, তেন্তে গ.সা.উ×ল.সা.গু.= axb

(A) উক্তি (A) আৰু যুক্তি (R) দুয়োটাই সত্য আৰু যুক্তি (R) উক্তি (A) ৰ শুদ্ধ ব্যাখ্যা।
(B) উক্তি (A) আৰু যুক্তি (R) দুয়োটাই সত্য, কিন্তু  যুক্তি (R) উক্তি (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
(C) উক্তি (A) সত্য কিন্তু যুক্তি (R) অসত্য।
(D) উক্তি (A) অসত্য কিন্তু যুক্তি (R) সত্য।

Ans: D

3.p আৰু  q সংখ্যা দুটাৰ 1245 এটা উৎপাদক। তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ’ব

(i) p + q 

(ii) p – q

(iii) p x q

(iv) p ÷ q

শুদ্ধ বিকল্পটো হ’ল-

(A) কেৱল (iii)

(B) কেৱল (i) আৰু (ii)

(C) কেৱল (i), (ii) আৰু (iii)

(D) (i), (ii), (iii), (iv) গোটেইকেইটা।

Ans: C

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top